মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম নগৰ পানী যোগান আৰু নদ্দৰ্মা বৰ্ড

ইতিহাস

  • পৰিচয়

    ১৯৮৬ চনৰ ২৫ ডিচেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে, অসম নগৰ পানী যোগান আৰু নৰ্দ্দমা বৰ্ড চুক্তি ১৯৮৫ ৰ ক্ষমতাৰ প্ৰয়োগৰ কাৰ্যকৰিতাৰ ক্ষেত্ৰত অনুমোদন জনায় আৰু ১৯৮৮ চনৰ মে মাহৰ ১১ তাৰিখৰ পৰা সমগ্ৰ অসমে ইয়াৰ দ্বাৰা লাভান্বিত হ'ব বুলি অসমৰ sub-section এ ঘোষণা কৰে।(Notifiacation no:167/85/pt-III/19dtd.03.04.1989) 
    আজিলৈকে ৫৮ টা নগৰ পানী যোগান আচনিৰে, এই বৰ্ডে ৫০ খন চহৰত খোৱা পানী যোগান ধৰিছে।