পঞ্চ বাৰ্ষিক পৰিকল্পনা আয়োগ(২০১৬-২০)ৰ অধীনত, জিলা ভিত্তিক নতুন পানী যোগান আঁচনিৰ প্ৰস্তাৱ-
| ক্ৰমিক নং | নতুন পানী যোগান আঁচনি | জিলাৰ নাম |
|---|---|---|
| ১ | বৰপেটা টাউন | বৰপেটা |
| ২ | সৰভোগ টাউন | |
| ৩ | পাটাচাৰকুচি টাউন | |
| ৪ | ধেমাজী টাউন | ধেমাজী |
| ৫ | চিলাপথাৰ টাউন | |
| ৬ | চাপৰ টাউন | ধুবুৰী |
| ৭ | শপতগ্ৰাম টাউন | |
| ৮ | ডিব্ৰুগড় টাউন | ডিব্ৰুগড় |
| ৯ | বৰপথাৰ টাউন | গোলাঘাট |
| ১০ | টিয়ক টাউন | যোৰহাট |
| ১১ | ৰঙিয়া টাউন | কামৰূপ |
| ১২ | উত্তৰ গুৱাহাটী টাউন | |
| ১৩ | কৰিমগঞ্জ টাউন | কৰিমগঞ্জ |
| ১৪ | বদবৰ টাউন | |
| ১৫ | ঢকোৱাখানা টাউন | লক্ষীমপুৰ |
| ১৬ | নাৰায়নপুৰ টাউন | |
| ১৭ | মৰিগাওঁ টাউন | মৰিগাওঁ |
| ১৮ | ধিং টাউন | নগাওঁ |
| ১৯ | লামডিং টাউন | |
| ২০ | নগাওঁ টাউন | |
| ২১ | ডবকা টাউন | |
| ২২ | কামপুৰ টাউন | |
| ২৩ | ৰহা টাউন | |
| ২৪ | টিহু টাউন | নলবাৰী |
| ২৫ | নাজিৰা টাউন | শিৱসাগৰ |
| ২৬ | মৰাণহাট টাউন | |
| ২৭ | ডিমৌ টাউন | |
| ২৮ | শিমলুগুৰি টাউন | |
| ২৯ | তেজপুৰ টাউন | শোণিতপুৰ |
| ৩০ | গহপুৰ টাউন | |
| ৩১ | তিনিচুকীয়া টাউন | তিনিচুকীয়া |
| ৩২ | চপাখোৱা টাউন | |
| ৩৩ | ডিবগৈ টাউন | |
| ৩৪ | ডুমডুমা টাউন |