অসমৰ নগৰ পানী যোগান আৰু নৰ্দ্দমা বৰ্ডে, নিম্নলিখিত আচনি সমূহ, এককালীন অতিৰিক্ত কেন্দ্ৰীয় সাহাৰ্য্যৰ(ACA)/বিশেষ পৰিকল্পনা আবন্তনৰ(SPA) অধীনত, নগৰ বাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে লৈছে।
| ক্ৰমিক নং | পানী যোগান আঁচনিৰ নাম | মন্তব্য |
|---|---|---|
| ১ | তিতাবৰ পানী যোগান আঁচনি | সঞ্চালন আৰু ৰক্ষণাবেক্ষনৰ অধীনত |
| ২ | যোৰহাট পানী যোগান আঁচনি | |
| ৩ | গৌৰীপুৰ পানী যোগান আঁচনি | |
| ৪ | বিশ্বনাথ চাৰিআলি পানী যোগান আঁচনি | |
| ৫ | জু-ৰোড পানী যোগান আঁচনিৰ বিস্তাৰ | ১০-০২-২০১৫ তাৰিখে গুৱাহাটী জল বোৰ্ডক প্ৰকল্পটি হস্তান্তৰ কৰা হয় |