বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে, অসমৰ নগৰ পানী যোগান আৰু নৰ্দ্দমা বৰ্ডে, নিম্নলিখিত আচনি সমূহ 'সৰু আৰু মধ্যম চহৰৰ বাবে নগৰ আন্তগাথনি উন্নয়ণমূলক আচনি'ৰ অধীনত গ্ৰহণ কৰিছে।
| ক্ৰমিক নং | পানী যোগান আঁচনিৰ নাম |
|---|---|
| ১ | হোজাই টাউন পানী যোগান আঁচনি |
| ২ | যলক্ষীপুৰ(কাছাৰ) টাউন পানী যোগান আঁচনি |