মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম নগৰ পানী যোগান আৰু নদ্দৰ্মা বৰ্ড

নগৰ অঞ্চলৰ পানী যোগান আঁচনি

নগৰ অঞ্চলত পানী যোগান আঁচনিৰ তালিকা

অসম নগৰ পানী যোগান আৰু নদ্দৰ্মা বৰ্ড' আৰম্ভণিৰে পৰা, অৰ্থাৎ ১৯৮৯ ৰ পৰাই অসম চৰকাৰৰ দ্বাৰা, নগৰ অঞ্চলত পানী যোগান আৰু নলা-নদ্দৰ্মাৰ সুবিধা সমূহৰ বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্ত্তত কৰি তাক কাৰ্য্যকৰী/বাস্তৱায়িত কৰা তথা পৰিচালনা/ৰক্ষণাবেক্ষণ আৰু নিয়ন্ত্ৰণত ন্যস্ত। নগৰ অঞ্চলৰ আবাসীসমূহলৈ বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বৰ্ডে আজিলৈকে লোৱা 'নগৰ পানী যোগান আঁচনিসমূহৰ' তালিকা তলত উল্লেখ কৰা হ'ল।

ক্ৰমিক নং পানী যোগান আঁচনিৰ নাম আচ্ছাদিত নগৰ এলেকা এমএলডিত আঁচনিৰ ক্ষমতা
যোৰহাট পানী যোগান আঁচনি যোৰহাট টাউন

২২.৩৭

গোলাঘাট পানী যোগান আঁচনি গোলাঘাট টাউন ৩.৩৬
মৰিয়নি পানী যোগান আঁচনি মৰিয়নি টাউন ৭.৯৮
দেৰগাওঁ পানী যোগান আঁচনি দেৰগাওঁ টাউন

২.২৯

গোৱালপাৰা পানী যোগান আঁচনি গোৱালপাৰা টাউন ১০.১৩
বৰপেটা ৰোড পানী যোগান আঁচনি বৰপেটা ৰোড৬.২১ টাউন ৬.২১
বিশ্বনাথ চাৰিআলি পানী যোগান আঁচনি বিশ্বনাথ চাৰিআলি টাউন ২.১৩
নলবাৰী পানী যোগান আঁচনি নলবাৰী টাউন ৩.৯
ঢেকীয়াজুলি পানী যোগান আঁচনি ঢেকীয়াজুলি টাউন ২.১
১০ লংকা পানী যোগান আঁচনি লংকা টাউন

২.৪

১১ বৃহত্তৰ শিলচৰ পানী যোগান আঁচনি শিলচৰ টাউন ৮.১
১২ নামৰূপ পানী যোগান আঁচনি নামৰূপ টাউন

১.২

১৩ সোণাৰী পানী যোগান আঁচনি

সোণাৰা টাউন

০.১
১৪ তিতাবৰ পানী যোগান আঁচনি

তিতাবৰ টাউন

১.৮
১৫ বোকাখাত পানী যোগান আঁচনি বোকাখাত টাউন

১.৯

১৬ ধুবুৰী পানী যোগান আঁচনি ধুবুৰী টাউন

৭.২

১৭ গৌৰীপুৰ পানী যোগান আঁচনি গৌৰীপুৰ টাউন

৯.৪

১৮ অভয়াপুৰী পানী যোগান আঁচনি অভয়াপুৰী টাউন

১.৭

১৯ পাঠশালা পানী যোগান আঁচনি পাঠশালা টাউন ১.১
২০ উত্তৰ লক্ষীমপুৰ পানী যোগান আঁচনি উত্তৰ লক্ষীমপুৰ টাউন ১.৮
২১ হোজাই পানী যোগান আঁচনি হোজাই টাউন

৪.৪৬

২২ মঙ্গলদৈ মঙ্গলদৈ টাউন

৩.০৭

২৩ মাৰ্ঘেৰিটা মাৰ্ঘেৰিটা টাউন ৩.৩
২৪ বঙ্গাইগাওঁ বঙ্গাইগাওঁ টাউন

১৫.০৪

২৫ সৰুপথাৰ সৰুপথাৰ টাউন ২.৩
২৬ খাৰুপেটীয়া খাৰুপেটীয়া টাউন ২.৩
২৭ শিৱসাগৰ শিৱসাগৰ টাউন

১০.৩

২৮ আমগুৰি আমগুৰি টাউন

১.২

২৯ হউলি হাউলি টাউন

২.১

৩০ মাকুম মাকুম টাউন ১.৮
৩১ চাবুৱা চাবুৱা টাউন

০.৮

৩২ লক্ষীমপুৰ(কাছাৰ) লক্ষীমপুৰ(কাছাৰ)টাউন

২.৯৭

৩৩ নামৰূপ নামৰূপ টাউন ১.২
৩৪ সৰ্থেবাৰী সৰ্থেবাৰী টাউন

৩৫ নাহৰকটীয়া নাহৰকটীয়া টাউন

১.৭

৩৬ পলাশবাৰী পানী যোগান আঁচনি পলাশবাৰী টাউন

০.৬

৩৭ হাইলাকান্দি হাইলাকান্দ টাউন ২.৫
৩৮ গহপুৰ গহপুৰ টাউন ৩.৩
৩৯ বিলাচীপাৰা বিলাচীপাৰা টাউন ২.১
৪০ লক্ষীমপুৰ(গোৱালপাৰা)পানী যোগান আঁচনি লক্ষীমপুৰ(গোৱালপাৰা)টাউন
৪১ বিহপুৰীয়া বিহপুৰীয়া টাউন

১.৫

৪২ গোছাইগাওঁ গোছাইগাওঁ টাউন

১.৯

৪৩ লালা পানী যোগান আঁচনি লালা টাউন ১.১
৪৪ জু- ৰোড পানী যোগান আঁচনি গুৱাহাটী

৯.৫

৪৫ তেজপুৰ পানী যোগান আঁচনি তেজপুৰ টাউন ১৫.৯৬