নগৰ অঞ্চলত পানী যোগান আঁচনিৰ তালিকা
অসম নগৰ পানী যোগান আৰু নদ্দৰ্মা বৰ্ড' আৰম্ভণিৰে পৰা, অৰ্থাৎ ১৯৮৯ ৰ পৰাই অসম চৰকাৰৰ দ্বাৰা, নগৰ অঞ্চলত পানী যোগান আৰু নলা-নদ্দৰ্মাৰ সুবিধা সমূহৰ বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্ত্তত কৰি তাক কাৰ্য্যকৰী/বাস্তৱায়িত কৰা তথা পৰিচালনা/ৰক্ষণাবেক্ষণ আৰু নিয়ন্ত্ৰণত ন্যস্ত। নগৰ অঞ্চলৰ আবাসীসমূহলৈ বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বৰ্ডে আজিলৈকে লোৱা 'নগৰ পানী যোগান আঁচনিসমূহৰ' তালিকা তলত উল্লেখ কৰা হ'ল।
ক্ৰমিক নং | পানী যোগান আঁচনিৰ নাম | আচ্ছাদিত নগৰ এলেকা | এমএলডিত আঁচনিৰ ক্ষমতা |
---|---|---|---|
১ | যোৰহাট পানী যোগান আঁচনি | যোৰহাট টাউন |
২২.৩৭ |
২ | গোলাঘাট পানী যোগান আঁচনি | গোলাঘাট টাউন | ৩.৩৬ |
৩ | মৰিয়নি পানী যোগান আঁচনি | মৰিয়নি টাউন | ৭.৯৮ |
৪ | দেৰগাওঁ পানী যোগান আঁচনি | দেৰগাওঁ টাউন |
২.২৯ |
৫ | গোৱালপাৰা পানী যোগান আঁচনি | গোৱালপাৰা টাউন | ১০.১৩ |
৬ | বৰপেটা ৰোড পানী যোগান আঁচনি | বৰপেটা ৰোড৬.২১ টাউন | ৬.২১ |
৭ | বিশ্বনাথ চাৰিআলি পানী যোগান আঁচনি | বিশ্বনাথ চাৰিআলি টাউন | ২.১৩ |
৮ | নলবাৰী পানী যোগান আঁচনি | নলবাৰী টাউন | ৩.৯ |
৯ | ঢেকীয়াজুলি পানী যোগান আঁচনি | ঢেকীয়াজুলি টাউন | ২.১ |
১০ | লংকা পানী যোগান আঁচনি | লংকা টাউন |
২.৪ |
১১ | বৃহত্তৰ শিলচৰ পানী যোগান আঁচনি | শিলচৰ টাউন | ৮.১ |
১২ | নামৰূপ পানী যোগান আঁচনি | নামৰূপ টাউন |
১.২ |
১৩ | সোণাৰী পানী যোগান আঁচনি |
সোণাৰা টাউন |
০.১ |
১৪ | তিতাবৰ পানী যোগান আঁচনি |
তিতাবৰ টাউন |
১.৮ |
১৫ | বোকাখাত পানী যোগান আঁচনি | বোকাখাত টাউন |
১.৯ |
১৬ | ধুবুৰী পানী যোগান আঁচনি | ধুবুৰী টাউন |
৭.২ |
১৭ | গৌৰীপুৰ পানী যোগান আঁচনি | গৌৰীপুৰ টাউন |
৯.৪ |
১৮ | অভয়াপুৰী পানী যোগান আঁচনি | অভয়াপুৰী টাউন |
১.৭ |
১৯ | পাঠশালা পানী যোগান আঁচনি | পাঠশালা টাউন | ১.১ |
২০ | উত্তৰ লক্ষীমপুৰ পানী যোগান আঁচনি | উত্তৰ লক্ষীমপুৰ টাউন | ১.৮ |
২১ | হোজাই পানী যোগান আঁচনি | হোজাই টাউন |
৪.৪৬ |
২২ | মঙ্গলদৈ | মঙ্গলদৈ টাউন |
৩.০৭ |
২৩ | মাৰ্ঘেৰিটা | মাৰ্ঘেৰিটা টাউন | ৩.৩ |
২৪ | বঙ্গাইগাওঁ | বঙ্গাইগাওঁ টাউন |
১৫.০৪ |
২৫ | সৰুপথাৰ | সৰুপথাৰ টাউন | ২.৩ |
২৬ | খাৰুপেটীয়া | খাৰুপেটীয়া টাউন | ২.৩ |
২৭ | শিৱসাগৰ | শিৱসাগৰ টাউন |
১০.৩ |
২৮ | আমগুৰি | আমগুৰি টাউন |
১.২ |
২৯ | হউলি | হাউলি টাউন |
২.১ |
৩০ | মাকুম | মাকুম টাউন | ১.৮ |
৩১ | চাবুৱা | চাবুৱা টাউন |
০.৮ |
৩২ | লক্ষীমপুৰ(কাছাৰ) | লক্ষীমপুৰ(কাছাৰ)টাউন |
২.৯৭ |
৩৩ | নামৰূপ | নামৰূপ টাউন | ১.২ |
৩৪ | সৰ্থেবাৰী | সৰ্থেবাৰী টাউন |
১ |
৩৫ | নাহৰকটীয়া | নাহৰকটীয়া টাউন |
১.৭ |
৩৬ | পলাশবাৰী পানী যোগান আঁচনি | পলাশবাৰী টাউন |
০.৬ |
৩৭ | হাইলাকান্দি | হাইলাকান্দ টাউন | ২.৫ |
৩৮ | গহপুৰ | গহপুৰ টাউন | ৩.৩ |
৩৯ | বিলাচীপাৰা | বিলাচীপাৰা টাউন | ২.১ |
৪০ | লক্ষীমপুৰ(গোৱালপাৰা)পানী যোগান আঁচনি | লক্ষীমপুৰ(গোৱালপাৰা)টাউন | ১ |
৪১ | বিহপুৰীয়া | বিহপুৰীয়া টাউন |
১.৫ |
৪২ | গোছাইগাওঁ | গোছাইগাওঁ টাউন |
১.৯ |
৪৩ | লালা পানী যোগান আঁচনি | লালা টাউন | ১.১ |
৪৪ | জু- ৰোড পানী যোগান আঁচনি | গুৱাহাটী |
৯.৫ |
৪৫ | তেজপুৰ পানী যোগান আঁচনি | তেজপুৰ টাউন | ১৫.৯৬ |