'ত্বৰিত/দ্ৰুত নগৰ পানী যোগান কাৰ্য্যসূচীৰ' অধীনত 'অসম পানী যোগান আৰু নৰ্দ্দমা বৰ্ডে' নগৰ অঞ্চলৰ নিবাসীক সুৰক্ষিত খোৱাপানী যোগানৰ ক্ষেত্ৰত লোৱা আঁচনি সমূহ তলত উল্লেখ কৰা হ'ল।
| ক্ৰমিক নং | পানী যোগান আঁচনিৰ নাম |
|---|---|
| ১ | নলবাৰী পানী যোগান আঁচনি |
| ২ | ঢেকীয়াজুলি পানী যোগান আঁচনি |
| ৩ | নামৰূপ পানী যোগান আঁচনি |
| ৪ | বোকাখাত পানী যোগান আঁচনি |
| ৫ | অভয়াপুৰী পানী যোগান আঁচনি |
| ৬ | পাঠশালা পানী যোগান আঁচনি |
| ৭ | আমগুৰি পানী যোগান আঁচনি |
| ৮ | হাউলি পানী যোগান আঁচনি |
| ৯ | মাকুম পানী যোগান আঁচনি |
| ১০ | চাবুৱা পানী যোগান আঁচনি |