ৰাজ্যিক পৰিকল্পনা আচনিৰ অধীনত, নগৰ অঞ্চলৰ আবাসীলৈ বিশুদ্ধ খোৱাপানী যোগানৰ বাবে, অসম নগৰ পানী যোগান আৰু নৰ্দ্দমা বোৰ্ডে নিম্নলিখিত আচনি সমূহ গ্ৰহণ কৰিছে।
ক্ৰমিক নং | পানী যোগান আঁচনিৰ নাম |
---|---|
১ | যোৰহাট পানী যোগান আঁচনি |
২ | গোলাঘাট পানী যোগান আঁচনি |
৩ | মৰিয়নি পানী যোগান আঁচনি |
৪ | দেৰগাওঁ পানী যোগান আঁচনি |
৫ | গোৱালপাৰা পানী যোগান আঁচনি |
৬ | বৰপেটা পানী যোগান আঁচনি |
৭ | বিশ্বনাথ চাৰিআলি পানী যোগান আঁচনি |
৮ | লংকা পানী যোগান আঁচনি |
৯ | সোণাৰী পানী যোগান আঁচনি |
১০ | উত্তৰ লক্ষীমপুৰ পানী যোগান আঁচনি |
১১ | লংকা পানী যোগান আঁচনি |
১২ | সোণাৰী পানী যোগান আঁচনিৰ বিস্তাৰ |
১৩ | নামৰূপ পানী যোগান আঁচনি |
১৪ | সৰ্থেবাৰী পানী যোগান আঁচনি |
১৫ | নাহৰকটীয়া পানী যোগান আঁচনি |
১৬ | পলাশবাৰী পানী যোগান আঁচনি |
১৭ | হাইলাকান্দী পানী যোগান আঁচনি |
১৮ | গহপুৰ পানী যোগান আঁচনি |
১৯ | বিলাচীপাৰা পানী যোগান আঁচনি |
২০ | লক্ষীমপুৰ(গহপুৰ)পানী যোগান আঁচনি |
২১ | বিহপুৰীয়া পানী যোগান আঁচনি |
২২ | জু-ৰোড পানী যোগান আঁচনি |
২৩ | গোৱালপাৰা পানী যোগান আঁচনি |
২৪ | কোকোৰাঝাৰ পানী যোগান আঁচনি |
২৫ | তিনিচুকীয়া পানী যোগান আঁচনি |
২৬ | তেজপুৰ পানী যোগান আঁচনি |
২৭ | ধিং পানী যোগান আঁচনি |