মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম নগৰ পানী যোগান আৰু নদ্দৰ্মা বৰ্ড

এককালীন অতিৰিক্ত কেন্দ্ৰীয় সাহাৰ্য্য

অসমৰ নগৰ পানী যোগান আৰু নৰ্দ্দমা বৰ্ডে, নিম্নলিখিত আচনি সমূহ, এককালীন অতিৰিক্ত কেন্দ্ৰীয় সাহাৰ্য্যৰ(ACA)/বিশেষ পৰিকল্পনা আবন্তনৰ(SPA) অধীনত,  নগৰ বাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে লৈছে।

ক্ৰমিক নংপানী যোগান আঁচনিৰ নামমন্তব্য
১

তিতাবৰ পানী যোগান আঁচনি

সঞ্চালন আৰু ৰক্ষণাবেক্ষনৰ অধীনত

২

যোৰহাট পানী যোগান আঁচনি

৩

গৌৰীপুৰ পানী যোগান আঁচনি

৪বিশ্বনাথ চাৰিআলি পানী যোগান আঁচনি
৫জু-ৰোড পানী যোগান আঁচনিৰ বিস্তাৰ১০-০২-২০১৫ তাৰিখে গুৱাহাটী জল বোৰ্ডক প্ৰকল্পটি হস্তান্তৰ কৰা হয়