মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম নগৰ পানী যোগান আৰু নদ্দৰ্মা বৰ্ড

UIDSSMT: সৰু আৰু মধ্যম চহৰৰ বাবে নগৰ আন্তগাথনি উন্নয়ণমূলক আঁচনি

বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে, অসমৰ নগৰ পানী যোগান আৰু নৰ্দ্দমা বৰ্ডে, নিম্নলিখিত আচনি সমূহ 'সৰু আৰু মধ্যম চহৰৰ বাবে নগৰ আন্তগাথনি উন্নয়ণমূলক আচনি'ৰ অধীনত গ্ৰহণ কৰিছে।

ক্ৰমিক নংপানী যোগান আঁচনিৰ নাম

হোজাই টাউন পানী যোগান আঁচনি

যলক্ষীপুৰ(কাছাৰ) টাউন পানী যোগান আঁচনি