মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম নগৰ পানী যোগান আৰু নদ্দৰ্মা বৰ্ড

অভিযোগ দাখিল

পানী যোগান সংক্ৰান্তত কোনোধৰণৰ অভিযোগ থাকিলে নিম্নোলিখিতত দাখিল কৰিব লাগে

 চাবলৈ চোৱাইপ কৰক-

মুখ্য কাৰ্য্যালয়

প্ৰৱন্ধ সঞ্চালক,

অসম নগৰীয়া পানী যোগান আৰু পয়ঃপ্ৰণালী বোৰ্ড, অমৃতপুৰ পথ, গণেশগুৰি, গুৱাহাটী- ৭৮১০০৬,

ফোন নং- ০৩৬১-২২৩২৫৩২

গুৱাহাটী সংমণ্ডল

কাৰ্যবাহী অভিযন্ত,

অসম নগৰীয়া পানী যোগান আৰু পয়ঃপ্ৰণালী বোৰ্ড, অমৃতপুৰ পথ, গণেশগুৰি, গুৱাহাটী- ৭৮১০০৬,

ফোন নং- ০৩৬১-২২৩২৫৩২

যোগহাট সংমণ্ডল

কাৰ্যবাহী অভিযন্ত,

অসম নগৰীয়া পানী যোগান আৰু পয়ঃপ্ৰণালী বোৰ্ড, যোৰহাট সংমণ্ডল, নেহেৰু পাৰ্ক, বৰুৱা চাৰিআলি,

যোৰহাট- ৭৮৩০০১

ডিব্ৰুগড় সংমণ্ডল

কাৰ্যবাহী অভিযন্ত,

অসম নগৰীয়া পানী যোগান আৰু পয়ঃপ্ৰণালী বোৰ্ড, ডিব্ৰুগড় সংমণ্ডল, হুচান মাজিল, মালাখুবাছা, বাই লেন-১, বৈৰাগ মঠ,

ডিব্ৰুগড়-৭৮৬০০৩

উত্তৰ অসম সংমণ্ডল

কাৰ্যবাহী অভিযন্ত,

অসম নগৰীয়া পানী যোগান আৰু পয়ঃপ্ৰণালী বোৰ্ড, উত্তৰ অসম সংমণ্ডল, কল্যাণপুৰ, বিশ্বনাথ চাৰিআলি-৭৮৪১৭৬

বৰাক উপত্যকা সংমণ্ডল

কাৰ্যবাহী অভিযন্ত,

অসম নগৰীয়া পানী যোগান আৰু পয়ঃপ্ৰণালী বোৰ্ড, বৰাক সংমণ্ডল, এন.এছ. অভিনিউ, এ.এছ.টি.চি. ওচৰত, শিলচৰ- ৭৮৮০০৫

ধুবুৰী সংমণ্ডল

কাৰ্যবাহী অভিযন্ত,

অসম নগৰীয়া পানী যোগান আৰু পয়ঃপ্ৰণালী বোৰ্ড, ধুবুৰী সংমণ্ডল, আৰ.কে. মিছন ৰোড, ধুবুৰী-৭৮৩৩২৪