প্ৰশাসন | ১.বৰ্ডৰ সকলো শাখা বা বিভাগৰ শাসক আৰু মূল নিয়ন্ত্ৰক |
প্ৰতিষ্ঠাপক শাখা | ১) অধিকাৰী বা বিষয়া সকলৰ নিযুক্তি/প্ৰতিনিযুক্তি সম্পৰ্কীয় বিষয় ২) পদ্দোন্নতি, উন্নয়নসূচী ৰ তালিকা ইত্যাদি বিষয় সমূহ ৩) কৰ্মচাৰী সকলৰ বদলি বা স্থানান্তৰ আৰু পষ্টিং ৪) কৰ্মচাৰীসকলৰ আৰ্জিত ছুটী, সাধাৰণ ছুটীৰ হিচাপৰ নথি ৰাখি যোৱা ৫) তথ্য জনাৰ অধিকাৰ, এছোছিয়েচন ইত্যাদি বিষয় ৬) অৱসৰ বিষয়ক নথিপত্ৰ অবসৰ প্ৰাপ্ত কৰ্মচাৰীৰ ৰেকৰ্ড ৰখা |
প্ৰযুক্তিগত শাখা | ১) পাইপ পানী যোগান আঁচনিৰ বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা ২) নিবিদা দিয়া, কামৰ আবন্তন, পৰ্য্যবেশন, পৰীক্ষণ আৰু আয়োগ ৩) উপভোক্তাক পৰিষ্কাৰ পানী যোগান ৪) সঞ্চালন আৰু ৰক্ষণাবেক্ষণ |
গবেষণা শাখা | ১) বাজেট প্ৰস্ত্তত কৰ ২) ব্যৱহাৰৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা ৩)পৰিকল্পনাৰ বাবে নিৰ্ধাৰিত সময় ইত্যাদিৰ কাৰণে প্ৰস্তাৱ সম্বন্ধিত কাৰ্য্য |
একাউন্ট শাখা | ১) অধিকাৰী আৰু কৰ্মচাৰীৰ বেতনৰ বিল প্ৰস্তুত কৰা 2) অধিকাৰী আৰু কৰ্মচাৰীৰ GSLI & CPF ৰ বাবে বিল প্ৰস্তুত কৰা |
Title | Size | Detail |
---|---|---|
Job chart.PDF | 21.14 KB |