মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম নগৰ পানী যোগান আৰু নদ্দৰ্মা বৰ্ড

সংগঠন চাৰ্ট

অসম নগৰ পানী যোগান আৰু নৰ্দ্দমা বৰ্ড, অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ নিয়ন্ত্ৰণত, প্ৰশাসন আৰু ৰাজ্য খনৰ চহৰ সমূহৰ স্থানীয় লোকৰ বাবে পানী যোগান আৰু নৰ্দ্দমাৰ আঁচনি সম্পাদনত জড়িত। বৰ্ডৰ পৰিচালন সঞ্চালকক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে আৰু পৰিকল্পনা বা প্ৰকল্পৰ সম্পাদনাৰ সামগ্ৰ দায়িত্বৰ ভাৰ থাকে তেওঁৰ ওপৰত। বৰ্ডৰ মূখ্য অভিযন্ত্ৰাৰ নিৰ্দ্দেশনাত ছটা বিভাগ থাকে যাৰ শীৰ্ষত থাকে কাৰ্যবাহী অভিযন্তা। বৰ্ডৰ সাংগঠনিক আভাসৰ তলত বৰ্ণনা দিয়া হৈছে।

পৰিচালক পৰিষদ :

মন্ত্ৰী, নগৰ উন্নয়ন, অসমঅধ্যক্ষ
আয়ুক্ত আৰু সচিব, নগৰ উন্নয়ন বিভাগসঞ্চালক
আয়ুক্ত, গুৱাহাটী পৌৰ নিগম, অসমসঞ্চালক
সঞ্চালক, পৌৰ প্ৰশাসন, অসমসঞ্চালক
সঞ্চালক, নগৰ আৰু দেশ উন্নয়ন, অসমসঞ্চালক
নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ , অসমসঞ্চালক
মুখ্য অভিযন্তা, পিডব্লিউডি, অসমসঞ্চালক
মুখ্য অভিযন্তা, পিএইচই বিভাগ, অসমসঞ্চালক
নগৰৰ স্থানীয় কৰ্তৃপক্ষৰ নিৰ্বাচিত মেয়ৰ/ অধ্যক্ষক ৰাজ্য চৰকাৰৰ দ্বাৰা নিযুক্ত কৰা হয়সঞ্চালক
প্ৰৱন্ধ সঞ্চালক, অসম নগৰ পানী যোগান আৰু নৰ্দমা বোৰ্ডসদস্য- সচিব

আমাৰ বিভাগ/ক্ষেত্ৰ অফিচ(

  1. গণেশগুৰিত গুৱাহাটী বিভাগ, গুৱাহাটী- ৭৮১০০৬
  2. বিশ্বনাথ চাৰিআলিত উত্তৰ অসম বিভাগ
  3. যোৰহাটত যোৰহাট বিভাগ
  4. ডিব্ৰুগড়ত ডিব্ৰুগড় বিভাগ
  5. ধুবুৰীত ধুবুৰী বিভাগ
  6. শিলচৰত বৰাক উপত্যকা বিভাগ